Tuesday, October 4, 2022
HomeNewsগুৱাহাটী ক্ৰীড়া সন্থাৰ এ ডিভিজন লীগ: মেট্ৰ’ৰ ৱাকঅ’ভাৰ লাভ

গুৱাহাটী ক্ৰীড়া সন্থাৰ এ ডিভিজন লীগ: মেট্ৰ’ৰ ৱাকঅ’ভাৰ লাভ

অলিম্পিয়া প্ৰতিবেদন

গুৱাহাটী ক্ৰীড়া সন্থাৰ ২০২২-২৩ বৰ্ষৰ জীৱেশ্বৰ গোস্বামী (গোপাল) এ ডিভিজন ফুটবল লীগৰ মংলবাৰৰ খেলত মেট্ৰ’ এছচিয়ে ছাই স্প’ৰ্টছ ক্লাবৰ বিৰুদ্ধে ৱাকঅ’ভাৰ লাভ কৰি সম্পূৰ্ণ পইন্ট অৰ্জন কৰে ৷ বুধবাৰে নেহৰু ষ্টেডিয়ামত লীগৰ পৰৱৰ্তী মেচত ৰাজবাৰী এথলেটিক ক্লাব আৰু ডাইনামো ক্লাবে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 + 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments