Tuesday, October 4, 2022
HomeNewsগুৱাহাটী ক্ৰীড়া সন্থাৰ এ ডিভিজন লীগ

গুৱাহাটী ক্ৰীড়া সন্থাৰ এ ডিভিজন লীগ

গুৱাহাটী ক্ৰীড়া সন্থাৰ এ ডিভিজন লীগ: ডাইনামো-ৰাজবাৰীৰ ড্ৰ

অলিম্পিয়া প্ৰতিবেদন: গুৱাহাটী ক্ৰীড়া সন্থাৰ ২০২২-২৩ বৰ্ষৰ জীৱেশ্বৰ গোস্বামী (গোপাল) এ ডিভিজন ফুটবল লীগত বুধবাৰে ডাইনামো ক্লাব আৰু ৰাজবাৰী এথলেটিক ক্লাবৰ মাজৰ খেলখন গ’লশূন্যভাৱে ড্ৰ হয় ৷ দুয়োটা দলে সমান আক্ৰমণ চলোৱাৰ লগতে গ’ল স্ক’ৰৰ কেইবাটাও সুযোগ পাইছিল যদিও ব্যৰ্থ হয় ৷ বৃহস্পতিবাৰে নেহৰু ষ্টেডিয়ামত লীগৰ পৰৱৰ্তী মেচত ৰাজবাৰী কামৰূপা এফচি আৰু ফ্ৰন্টিয়াৰ ক্লাবে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments