Tuesday, October 4, 2022
HomeNewsগুৱাহাটী ক্ৰীড়া সন্থাৰ এ ডিভিজন লীগ : কামৰূপা-ফ্ৰন্টিয়াৰৰ ড্ৰ

গুৱাহাটী ক্ৰীড়া সন্থাৰ এ ডিভিজন লীগ : কামৰূপা-ফ্ৰন্টিয়াৰৰ ড্ৰ

গুৱাহাটী ক্ৰীড়া সন্থাৰ এ ডিভিজন লীগ : কামৰূপা-ফ্ৰন্টিয়াৰৰ ড্ৰ

অলিম্পিয়া প্ৰতিবেদন:

গুৱাহাটী ক্ৰীড়া সন্থাৰ ২০২২-২৩ বৰ্ষৰ জীৱেশ্বৰ গোস্বামী (গোপাল) ‘এ’ ডিভিজন ফুটবল লীগত বৃহস্পতিবাৰে কামৰূপা এফ চি আৰু ফ্ৰন্টিয়াৰ ক্লাবৰ মাজৰ খেলখন ১-১ গ’লত ড্ৰ হয় ৷ ফ্ৰন্টিয়াৰৰ এছ আৰ নায়কে ৭ মিনিটত গ’ল দি দলক অগ্ৰগতি দিয়ে যদিও আবু ওছমান আলীয়ে ১৬ মিনিটত গ’ল দি কামৰূপাৰ হৈ সমতা স্থাপন কৰে ৷ ইয়াৰ পাছত দুয়ো দলে গ’ল দিয়াৰ আপ্ৰাণ চেষ্টা চলায় যদিও ব্যৰ্থ হয় ৷ মেচখন ড্ৰ হোৱাৰ বাবে দুয়ো দলে ১ প‌ইণ্টকৈ লাভ কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen + 20 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments