Tuesday, October 4, 2022
HomeNewsগুৱাহাটী ক্ৰীড়া সন্থা : শনিবাৰৰ পৰা 'এ' ডিভিজন আৰু ১৬ ছেপ্টেম্বৰৰ পৰা...

গুৱাহাটী ক্ৰীড়া সন্থা : শনিবাৰৰ পৰা ‘এ’ ডিভিজন আৰু ১৬ ছেপ্টেম্বৰৰ পৰা ছুপাৰ ডিভিজন

অলিম্পিয়া প্ৰতিবেদন

নেহৰু ষ্টেডিয়ামত ১০ ছেপ্টেম্বৰৰপৰা গুৱাহাটী ক্ৰীড়া সন্থাৰ ২০২২-২৩ বৰ্ষৰ জীৱেশ্বৰ গোস্বামী (গোপাল) ‘এ’ ডিভিজন ফুটবল লীগ আৰু ১৬ ছেপ্টেম্বৰৰপৰা ২০২২-২৩ বৰ্ষৰ আৰ জি বৰুৱা ছুপাৰ ডিভিজন ফুটবল লীগ অনুষ্ঠিত হ’ব ৷ ৭ টা ক্লাবে প্ৰতিদ্বন্দ্বিতা কৰিব লগা এ ডিভিজন লীগ ৩০ ছেপ্টেম্বৰলৈ চলিব ৷ ১০ ছেপ্টেম্বৰৰ বিয়লি ২-৪৫ বজাত ‘এ’ ডিভিজনৰ প্ৰথম মেচত প্ৰতিদ্বন্দ্বিতা কৰিব ডাইনামো ক্লাব আৰু ছাই এছ চিয়ে ৷ আনহাতে, ১৬ ছেপ্টেম্বৰত বিয়লি ২-৪৫ বজাত ছুপাৰ ডিভিজনৰ প্ৰথম মেচত ছানৰাইজ এচিয়ে মহাৰাণা এচিৰ মুখামুখি হ’ব ৷ ছুপাৰ ডিভিজনত ৮ টা ক্লাবে প্ৰতিদ্বন্দ্বিতা কৰিব ৷ ছুপাৰ ডিভিজন ২৩ নৱেম্বৰলৈ চলিব ৷ ফুটবল সম্পাদক এল প্ৰণৱ সিঙে এটা বিবৃতিযোগে এই কথা জনাইছে ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments