Tuesday, July 5, 2022
HomeNewsগোলাঘাট জিলাভিত্তিত আন্তঃক্লাব ভলীবলৰ আয়োজন

গোলাঘাট জিলাভিত্তিত আন্তঃক্লাব ভলীবলৰ আয়োজন

✍️ মৃদুল শৰ্মা

গোলাঘাট জিলা ক্ৰীড়া সন্থাই আয়োজন কৰা আন্তঃক্লাব ভলীবল প্ৰতিযোগিতাখন অহা ১৯ নবেম্বৰৰ পুৱা ৯ বজাৰ পৰা গোলাঘাট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৷ প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে ইচ্ছুক ক্লাবসমূহে ১৭ নবেম্বৰৰ ভিতৰত যোগদান নিশ্চিত কৰিবৰ বাবে ক্ৰীড়াসন্থাৰ ভলীবল সম্পাদক প্ৰকাশ বৰাই অনুৰোধ জনাইছে ৷ অধিক জানিবৰ বাবে ক্লাবসমূহে ৯১০১৭৬৮৬৮৮ নম্বৰত যোগাযোগ কৰিব পাৰিব ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen − 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments