Thursday, July 7, 2022
HomeNewsচাবুৱাৰ খাজিখোৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰাইজমানী দলীয় বেডমিণ্ট প্ৰতিযোগিতা

চাবুৱাৰ খাজিখোৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰাইজমানী দলীয় বেডমিণ্ট প্ৰতিযোগিতা

চাবুৱাৰ খাজিখোৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত নিজা খেল পথাৰত আগন্তুক ৪ জানুৱাৰীৰ পৰা ৬ জানুৱাৰীলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব প্ৰাইজমানী দলীয় বেডমিণ্ট প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত প্ৰথমস্থান প্ৰাপ্ত দলক ট্ৰফীসহ ৮,০০০ টকা, দ্বিতীয় স্থানপ্ৰাপ্ত দলক ট্ৰফীসহ ৪,০০০টকা আৰু তৃতীয় স্থান প্ৰাপ্ত দলক ট্ৰফীসহ ৫০০ টকাৰ পুৰস্কাৰ হিচাপে আগবঢ়াব। ইয়াৰ উপৰিও প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈজনক আগবঢ়োৱা হ’ব ট্ৰফীসহ ২,০০০ টকাৰ পুৰস্কাৰ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

7 − two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments