Tuesday, October 4, 2022
HomeNewsচৰকাৰী চাকৰিৰ আবেদনৰ ক্ষেত্ৰত বৃদ্ধি কৰা হ'ল খেলৰ সংখ্যা : এতিয়াৰে পৰা...

চৰকাৰী চাকৰিৰ আবেদনৰ ক্ষেত্ৰত বৃদ্ধি কৰা হ’ল খেলৰ সংখ্যা : এতিয়াৰে পৰা ৬৩ বিধ খেলৰ লগত জড়িত খেলুৱৈয়ে পোনপটীয়াকৈ চাকৰিৰ বাবে আবেদন কৰিব পাৰিব

অলিম্পিয়াৰ প্ৰতিবেদন

এতিয়াৰে পৰা মুঠ ৬৩ বিধ খেলৰ লগত জড়িত খেলুৱৈয়ে চৰকাৰী চাকৰিৰ বাবে পোনপটীয়াকৈ আবেদন কৰিব পাৰিব। ক্ৰীড়া মন্ত্ৰালয়ৰ প্ৰস্তাৱ অনুসৰি কেন্দ্ৰীয় চৰকাৰে চাকৰিৰ বাবে আবেদন কৰাৰ ক্ষেত্ৰত পুনৰ ২০ বিধ নতুন খেলক অন্তৰ্ভুক্ত কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ গ্ৰুপ ‘C’ ৰ চাকৰিৰৰ ক্ষেত্ৰত পূৰ্বে ৪৩ বিধ খেলক অন্তৰ্ভুক্ত কৰা হৈছিল। শেহতীয়াকৈ ভাৰতৰ ক্ৰীড়া মন্ত্ৰালয়ে আগবঢ়োৱা প্ৰস্তাৱ অনুসৰি কেন্দ্ৰীয় চৰকাৰে আকৌ নতুনকৈ ২০ বিধ খেলক অন্তৰ্ভুক্ত কৰিছে।

ইয়াৰ উপৰিও যিসকল খেলুৱৈয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে এতিয়াৰে পৰা তেওঁলোকেও বিশেষ সুবিধা লাভ কৰিব। অৱশ্যে এইসকল খেলুৱৈয়েও চাকৰিৰ বাবে আবেদন কৰিব লাগিব আৰু এই আবেদনৰ ক্ষেত্ৰত তেওঁৰ শিক্ষাগত অৰ্হতা, যোগ্যতা, বয়স আদিক লক্ষ্য কৰা হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 + fourteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments