Friday, September 30, 2022
HomeNewsছিনিয়ৰ ক্রিকেট দলৰ বাচনি শিবিৰৰ আয়োজন

ছিনিয়ৰ ক্রিকেট দলৰ বাচনি শিবিৰৰ আয়োজন

‌ছিনিয়ৰ অসম ক্রিকেট দলৰ বাচনি শিবিৰৰ আয়োজন

অলিম্পিয়াৰ হৈ যোৰহাটৰ পৰা সংগীতা বৰা: অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আৰু যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সহযোগত নুৰদ্দিন আহমেদ ছিনিয়ৰ জিলা ক্ৰিকেট প্ৰতিযোগিতা অহা ২০ এপ্ৰিলৰ পৰা যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । সেয়েহে, যোৰহাট জিলা দলৰ বাচনি ১৩ এপ্ৰিল বুধবাৰে দিনৰ ১.৩০ বজাৰ পৰা যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ।

আৰু অধিক পঢ়ক

গতিকে ক্ৰীড়া সন্থাৰ অন্তৰ্গত সকলো ক্লাবৰ পৰা ৫ জনকৈ খেলুৱৈ এই বাচনি শিবিৰলৈ আমন্ত্ৰণ জনাইছে অসম ক্ৰীড়া সন্থাই । শিৱিৰটোৰ সবিশেষ জানিবৰ বাবে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সহকাৰী ক্ৰিকেট সম্পাদক পাৰ্গত বৰাৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে ৯৭০৬৭৬৪৬৬৮ এই নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জনাইছে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

Olympia-March-2022
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 + 14 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments