Tuesday, July 5, 2022
HomeNewsছিনিয়ৰ ৰাষ্ট্ৰীয় ৰোলবলৰ বাবে অসম দল

ছিনিয়ৰ ৰাষ্ট্ৰীয় ৰোলবলৰ বাবে অসম দল

ছিনিয়ৰ ৰাষ্ট্ৰীয় ৰোলবলৰ বাবে অসম দল

অলিম্পিয়া প্রতিবেদন: মহাৰাষ্ট্ৰৰ পুনেত অহা ১৯-২২ মে’লৈ অনুষ্ঠিত হ’ব ১৮ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ৰোলবল চেম্পিয়নশ্বিপ । এই প্ৰতিযোগিতাৰ বাবে অসম ৰোলবল সন্থাই ৰাজ্যৰ পুৰুষ আৰু মহিলা দল দুটা ঘোষণা কৰিছে ।

আৰু অধিক পঢ়ক

অসম দলৰ বাবে নিৰ্বাচিত দল দুটা হ’ল — মহিলা : ৰঞ্জিতা বৰ্মন ( অধিনায়ক) , এলিছা ফাৰহীন , মনীষা প্ৰধান , য়স্মিতা মহন্ত , গাৰ্গী গুপ্তা , ৰূপালী দাস , আৰু তামান্না আগৰৱাল । ইফালে পুৰুষ দলৰ সদস্যসকল হ’ল – সৌৰভ পাল (অধিনায়ক) , ৰেমু বৰদলৈ , এপলক জে বৰুৱা , অনুৰাগ বাছফৰ , শ্বেখ আয়ান ইছলাম , বি এ কাৰ্গিল , কপিল ৰাভা , হৃদয় চুৰানা আৰু সঞ্জীৱ কুমাৰ । দলৰ প্ৰশিক্ষক তথা মেনেজাৰ উকীল ৰয় , অৰ্জুন বাগলাৰী , মঞ্জু গুপ্তা । এই বাতৰি প্ৰেৰণ কৰিছে অসম ৰোলবল সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মনে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments