জন্মঃ
পিতৃ-মাতৃঃ মোহন দাস, নিহাৰিকা দাস
লিংগঃ মহিলা
খেলঃ টেনিছ দেশৰ টেনিছ ক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হোৱা ছুচানে ভাৰতক আন্তৰ্জাতিক পৰ্যায়ত প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়াই আনিব সক্ষম হৈছিল। নিজৰ প্ৰতিভাৰ জৰিয়তেই এইগৰাকী ল’ন টেনিছ খেলুৱৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল।