Tuesday, October 4, 2022
HomeNewsজিএছএ ছুপাৰ ডিভিজন ফুটবল লীগ: গ্ৰীণভেলীৰ বিৰুদ্ধে নৱজ্যোতিৰ জয়

জিএছএ ছুপাৰ ডিভিজন ফুটবল লীগ: গ্ৰীণভেলীৰ বিৰুদ্ধে নৱজ্যোতিৰ জয়

জিএছএ ছুপাৰ ডিভিজন ফুটবল লীগ: গ্ৰীণভেলীৰ বিৰুদ্ধে নৱজ্যোতিৰ জয়

অলিম্পিয়া প্ৰতিবেদন: গুৱাহাটী ক্ৰীড়া সন্থাৰ আৰ জি বৰুৱা ছুপাৰ ডিভিজন ফুটবল লীগ ২০২২-২৩ ৰ মঙ্গলবাৰে অনুষ্ঠিত মেচত নৱজ্যোতি ক্লাৱে এফচি গ্ৰীণভেলীক ১-০ গ’লত পৰাস্ত কৰে ৷ ৫১ মিনিটত গ্ৰীণ ভেলীৰ জিৰজাৰ টেৰঙে বল নিজৰ নেটলৈ ঠেলি দিয়াত নৱজ্যোতিয়ে অগ্ৰগতি লাভ কৰে ৷

গ্ৰীণভেলীয়ে সমতা স্থাপনৰ কেইবাটাও সুযোগ নষ্ট কৰে ৷ আনহাতে, জীৱেশ্বৰ গোস্বামী (গোপাল) এ ডিভিজন ফুটবল লীগত আজি ৰাজবাৰী ক্লাবে ছাই এছচিৰ বিৰুদ্ধে ৱাকঅ’ভাৰ লাভ কৰে ৷ বুধবাৰে ছুপাৰ ডিভিজনত এএছইবিয়ে মহাৰাণা এচিৰ বিৰুদ্ধে আৰু এ ডিভিজনত ডাইনামো ক্লাবে মেট্ৰ’ এছচিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

17 − fifteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments