Tuesday, July 5, 2022
HomeNewsজুনিয়ৰ ক্ৰিকেট দলৰ নিৰ্বাচকৰ পদৰ বাবে আৱেদন বিনোদ কাম্বালিৰ

জুনিয়ৰ ক্ৰিকেট দলৰ নিৰ্বাচকৰ পদৰ বাবে আৱেদন বিনোদ কাম্বালিৰ

ভাৰতৰ জুনিয়ৰ ক্ৰিকেট দলটোৰ নিৰ্বাচকৰ পদৰ বাবে আৱেদন জনাইছে পূৰ্বৰ ক্ৰিকেটাৰ বিনোদ কাম্বালিয়ে। বি চি চি আইয়ে পাঁচজন নিৰ্বাচকৰ বাবে যোৱা ১৪ এপ্ৰিলত বিজ্ঞাপন প্ৰকাশ পাইছিল। সেই বিজ্ঞাপনৰ আধাৰতে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে এই আবেদন জনাইছে।

এই প্ৰসংগত কাম্বালিয়ে কয় যে, মোক সকলোখিনি দিয়া ভাৰতীয় ক্ৰিকেটলৈ কিছু আবদান আগবঢ়াব বিচাৰো।সেয়ে পদটোৰ বাবে মই আবেদন কৰিছো। মই প্ৰতিভাৰ আৱিষ্কাৰত বি চি চি আইক সহায় কিৰব বিচাৰোঁ।

উল্লেখ্য যে, বিনোদ কাম্বালিয়ে ভাৰতক প্ৰতিনিধিত্ব কৰি ১৭ খন টেষ্টত চাৰিটা শতকসহ ১০৮৪ ৰান আৰু ১০৪ খন এদিনীয়াত ২৪৭৭ ৰান কৰিবলৈ সক্ষম হৈছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

six − 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments