Wednesday, July 6, 2022
HomeNewsডিচেম্বৰত বাংলাদেশত অনুষ্ঠিত হ'ব ICC ৰ অনূৰ্বধ ১৯ মহিলা বিশ্বকাপ

ডিচেম্বৰত বাংলাদেশত অনুষ্ঠিত হ’ব ICC ৰ অনূৰ্বধ ১৯ মহিলা বিশ্বকাপ

আই চি চিৰ অনূৰ্ধ্বৰ ১৯ বিশ্বকাপ প্ৰতিযোগিতা ২০২১ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব। বাংলাদেশত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত মুঠ ১৬ টা দলে অংশগ্ৰহণ কৰিব। এই প্ৰতিযোগিতাখন চলিতমাহতে অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ক’ভিড-১৯ ৰ বাবেই ডিচেম্বৰলৈ পিছুৱাই দিবলগীয়া হ’ল। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ পৰা কোৱা হৈছে যে আগন্তুক ডিচেম্বৰ মাহ শেষ হোৱাৰ পূৰ্বেই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eight − four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments