Tuesday, October 4, 2022
HomeNewsডিব্ৰুগড় থ্র'বল সন্থাৰ উপদেষ্টা ক্ষীৰদা মহন্তৰ বিয়োগ

ডিব্ৰুগড় থ্র’বল সন্থাৰ উপদেষ্টা ক্ষীৰদা মহন্তৰ বিয়োগ

অলিম্পিয়া বাৰ্তা

ডিব্ৰুগড় থ্র’বল সন্থাৰ সম্পাদক ৰাতুল মণি মহন্তৰ মাতৃ তথা ৰাষ্ট্ৰীয় ফেন্সি‌ং খেলুৱৈ অংকিত মহন্তৰ আইতাক ডিব্ৰুগড় থ্র’বল সন্থাৰ উপদেষ্টা ক্ষীৰদা মহন্তৰ ২ আগষ্টৰ বিয়লি ৫.১৫ মিনিটত পৰলোকপ্ৰাপ্তি ঘটে।

ডিব্ৰুগড় থ্র’বল সন্থাৰ জন্মলগ্নৰে পৰা জড়িত হৈ অহা ক্ষীৰদা মহন্তৰ বিয়োগত অঞ্চলটোত শোকৰ ছা পৰিছে। অঞ্চলটোৰ এগৰাকী সৰবৰহী মহিলা ৰূপে পৰিচিত ক্ষীৰদা মহন্তৰ বিয়োগত জিলা থ্র’বল সন্থাৰ বিষয়ববীয়া, অসম থ্র’বল সন্থাৰ সম্পাদক পিকল’ ৰয়, কোষাধক্ষ বিপুল শইকীয়া, ডিব্ৰুগড় জিলা কাবাদী সন্থা, খো খো সন্থা, জিলা কাৰাটে সন্থা, মিলন নগৰ নামঘৰ সমাজৰ লগতে অঞ্চলটোৰ অন্যান্য সন্থাই শোক প্ৰকাশ কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 + fourteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments