জন্মঃ ১৯১৮
পিতৃ-মাতৃঃ
লিংগঃ পুৰুষ
খেলঃ ফুটবল
খালী ভৰিৰে অলিম্পিকত ফ্ৰান্সৰ দৰে বিশ্ব ফুটবলৰ শক্তিধৰৰ লগত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায় প্ৰতিপক্ষই হৃয় জয় কৰিবলৈ সক্ষম হোৱা ড০ টি আও (টালিমেৰন আও) ৰাজ্যখনৰ প্ৰথমজন অলিম্পিয়ান। ফৰাচী খেলুৱৈয়ে খেলৰ অন্তত ভৰি চুই চোৱাত এই খেলুৱৈজনে ভাৰতীয় ফুটবললৈ আগবঢ়ায়ই থয় গৈছে। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বহুকেইখন মেচত অংশ লোৱা ড০ টিওৱে ১৯৩০-৪০ চনৰ মাজৰ সময়চোৱাৰ পৰাই ফুটবল আৰম্ভ কৰিছিল।