Tuesday, July 5, 2022
HomeNewsতিনিদিনীয়াকৈ সাঁতোৰ প্ৰশিক্ষকৰ কৰ্মশালা আৰম্ভ

তিনিদিনীয়াকৈ সাঁতোৰ প্ৰশিক্ষকৰ কৰ্মশালা আৰম্ভ

অসম ক্ৰীড়া প্ৰাধিকৰণে অসম সাঁতোৰ সন্থাৰ সহযোগত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিছে এক সাঁতোৰ প্ৰশিক্ষকৰ কৰ্মশালা। কালিৰে পৰা আৰম্ভ হোৱা প্ৰশিক্ষকৰ এই কৰ্মশালা উদ্বোধন কৰে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সঞ্চালক প্ৰধান ওংকাৰ কেডিয়াই। আনহাতে এই কৰ্মশালাৰ সমল ব্যক্তি হিচাপে উপস্থিত আছে সঞ্জনা কিৰণ, এলভিছ আলী হাজৰিকা, ডাঃ দীপাংকৰ ভট্টাচাৰ্য। তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই কৰ্মশালাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মুঠ ১৮ গৰাকী প্ৰশিক্ষকে অংশগ্ৰহণ কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 + 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments