Tuesday, July 5, 2022
HomeNewsতিনিদিনীয়াক সাঁতোৰ প্ৰশিক্ষকৰ কৰ্মশালা সফলতাৰে সমাপ্তি

তিনিদিনীয়াক সাঁতোৰ প্ৰশিক্ষকৰ কৰ্মশালা সফলতাৰে সমাপ্তি

ক্ৰীড়া প্ৰাধিকৰণ আৰু অসম সাঁতোৰ সন্থাই যুতীয়াভাৱে অনুষ্ঠিত কৰা তিনিদিনীয়াক সাঁতোৰ প্ৰশিক্ষকৰ কৰ্মশালা সফলতাৰে সমাপ্তি ঘটিছে। যোৱা ১৭ ডিচেম্বৰৰ পৰা সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হোৱা কৰ্মশালাত ৰাজ্যৰ ১৫ খন জিলাৰ ১৮গৰাকী প্ৰশিক্ষকে অংশগ্ৰহণ কৰে।

তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই কৰ্মশালাত ভাৰতীয় ছুইমিং ফেডাৰেচনৰ উপসভাপতি কমলেছ নানাভটি, ভাৰতীয় অলিম্পিক দলৰ মুখ্য প্ৰশিক্ষক প্ৰদীপ কুমাৰ, ৱাটাৰ প’লৰ আন্তঃৰাষ্ট্ৰীয় টেকনিকেল অফিচাৰ সংকিত সিন্দে, আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকা, চিংগাপুৰৰ চিনিয়ৰ স্প’ৰ্টছ চাইক’লজিষ্ট সঞ্জনা কিৰণ, বাবুল গুৰুং, ৰাজীৱ দে’কে ধৰি বহু কেইজন ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সমল ব্যক্তিয়ে ভিন্নধৰণে অংশগ্ৰহণ কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

15 + nineteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments