Wednesday, July 6, 2022
HomeOur PrideAthleticsতৈবুন নিছা

তৈবুন নিছা

জন্মঃ শিৱসাগৰ

পিতৃ-মাতৃঃ ৰফিকুদ্দিন আহমেদ (ধন আলি) হবিবুল নিছা

খেলঃ থ্ৰ’ৱাৰ ৰক্ষনশীল এটা পৰিয়াল সমাজৰ পৰা ওলাই আহি থ্ৰ’ৱিঙৰ জৰিয়তে এসময়ত দেশৰ আগশাৰীৰ সংবাদ পত্ৰৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হোৱা এইগৰাকী এথলেটিক্‌ছৰ জন্ম শিৱসাগৰত বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰাৰ লগতে পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ৰাষ্ট্ৰীয় ক্ৰিড়াত পদক অৰ্জন কৰা প্ৰথম মহিলা হোৱাৰ গৌৰৱ অৰ্জন কৰাৰ লগতে তৈবুন নিছাৰ নামত আছে ডিছকাচ থ্ৰ’ত বিভিন্ন ৰাষ্ট্ৰীয় অভিলেখ।

- Advertisment -
RELATED ARTICLES
- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments