Tuesday, October 4, 2022
HomeNewsতৰণী বৰ্মনক স্মৰণ

তৰণী বৰ্মনক স্মৰণ

সদ্য প্ৰয়াত অসমৰ ক্ৰীড়া ফটো সাংবাদিকতাৰ ক্ষেত্ৰখনৰ মহীৰূহ স্বৰূপ তৰণী বৰ্মনৰ স্মৰণত আজি এখন সভা অনুষ্ঠিত হৈ যায় অসম অলিম্পিক সন্থাৰ প্ৰেক্ষাগৃহত। অসম ক্ৰীড়া সাংবাদিক সন্থাৰ উদ্যোগত আয়োজিত উক্ত সভাত উপস্থিত থাকে বিশিষ্ট ক্ৰীড়া সাংবাদিক বলেন চক্ৰৱৰ্তী, সুবোধমল্ল বৰুৱা, পবিত্ৰ গগৈ, প্ৰেমধৰ শৰ্মা, প্ৰবীণ ক্ৰীড়াবিদ তৈবুননিচা, পৰাগধৰ কোঁৱৰ আদি ক্ৰীড়া ক্ষেত্ৰৰ বিশিষ্ট লোকসকল। সভাত বক্তব্য প্ৰদান কৰি বিভিন্নজনে তৰণী বৰ্মনৰ অসমৰ ক্ৰীড়া সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ থকা অৱদানৰ কথা স্মৰণ কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen − three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments