Monday, October 3, 2022
HomeNewsদক্ষিণ কোৰিয়াত উপস্থিত অসমৰ মৈত্রী, মহাশ্বেতা, প্ৰীতম

দক্ষিণ কোৰিয়াত উপস্থিত অসমৰ মৈত্রী, মহাশ্বেতা, প্ৰীতম

দক্ষিণ কোৰিয়াত উপস্থিত অসমৰ মৈত্রী, মহাশ্বেতা, প্ৰীতম

অলিম্পিয়া প্ৰতিবেদন: মংগলবাৰে দক্ষিণ কোৰিয়াত উপস্থিত হ’ল অসমৰ দুগৰাকী খেলুৱৈ আৰু এগৰাকী প্ৰশিক্ষক। তেওঁলোক হ’ল– উত্তৰ গুৱাহাটীৰ মৈত্ৰী শৰ্মা, গুৱাহাটীৰ মহাশ্বেতা কাশ্যপ আৰু উত্তৰ গুৱাহাটীৰে প্ৰশিক্ষক প্ৰীতম কিশোৰ বৰা ।উদ্দেশ্য হ’ল বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা দক্ষিণ কোৰিয়াৰ গঙায়ত অনুষ্ঠিত হোৱা বিশ্ব টাইকোৱানডো পমছে চেম্পিয়নশ্বিপ ।

আৰু অধিক পঢ়ক

অসমৰ তিনিজনীয়া দলটোৰ সৈতে ভাৰতৰ খেলুৱৈসকলে এই বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব ।প্ৰশিক্ষক প্ৰীতম কিশোৰ বৰাৰ সৈতে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে আছে স্বপ্না যাদব । ভাৰতীয় দলটোৰ সৈতে অসমৰ ফটো সাংবাদিক গীতিকা তালুকদাৰক দেখা গৈছে এই ছবি খনত । গীতিকা হ’ল অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাৰ সহকাৰী সম্পাদক । প্ৰতিযোগিতাখন অন্ত পৰিব অহা ২৪ এপ্ৰিলত । অলিম্পিয়া স্পৰ্টছৰ তৰফৰ পৰা ভাৰতীয় টাইকোৱানডো খেলুৱৈলৈ থাকিল অজস্ৰ শুভকামনা ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments