জন্মঃ ০১.০২.১৯৭২
পিতৃ-মাতৃঃ ঈশ্বৰ ভট্টাচাৰ্য
লিংগঃ পুৰুষ
খেলঃ বেডমিণ্টন
সমগ্ৰ ভাৰতৰ এটা পৰিচিত নাম দীপাংকৰ ভট্টাটাৰ্য। ক্ৰীড়া ক্ষেত্ৰত লাভ কৰা সফলতাৰ বাবে তেওঁ বহুবাৰ বিশ্বৰ আগশাৰী প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল। দুবাৰকৈ অলিম্পিকত ভাৰতীয় জাতীয় দলক প্ৰতিনিধিত্ব কৰা ভট্টাচাৰ্যই এসময়ত সৰ্বভাৰতীয় ক্ষেত্ৰত একেৰাহে পাঁচ বছৰকৈ এক নং ৰেংকিং লাভ কৰিবলৈ সক্ষম হৈছিল।