Thursday, July 7, 2022
HomeNewsদৰঙত হাজৰিকাপাৰা চেম্পিয়ন

দৰঙত হাজৰিকাপাৰা চেম্পিয়ন

হাজৰিকাপাৰা ভলীবল সন্থাই দৰঙত অনুষ্ঠিত হোৱা ভলীবল প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। দৰঙৰ দলগাঁও সমষ্ঠিৰ বেছিমাৰী ভলীবল সংস্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত হাজৰিকাপাৰই নেপালী বজাৰ দলক পোনপটীয়াকৈ ২১-১৯ আৰু ২০-১৭ পইণ্টৰ ব্যৱধানত ২-০ ছেটত পৰাস্ত কৰিবলৈ সক্ষম হয়।

বেছিমাৰীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়তঅনুষ্ঠিত প্ৰতযোগিতাখনত মুঠ ১২ টা দলে যোগদান কৰিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments