Wednesday, October 5, 2022
HomeNewsনগাঁৱত ৰ'জি দেৱী ফুকনৰ ওপজা দিনত যোগাসন প্ৰদৰ্শন

নগাঁৱত ৰ’জি দেৱী ফুকনৰ ওপজা দিনত যোগাসন প্ৰদৰ্শন

নগাঁৱৰ পৰা অলিম্পিয়াৰ হৈ দীপশিখা বৰা হাজৰিকা

নগাঁও নেহৰু যুৱ কেন্দ্ৰস্থিত “নিৰ্বাণ” ৰাজ্যিক যোগ কেন্দ্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগাসন ক্ৰীড়াৰ খেলুৱৈ ৰ’জি দেৱী ফুকনৰ ৫০ সংখ্যক ওপজা দিন উপলক্ষে মঙলবাৰে কেন্দ্ৰটোৰ নিয়মীয়া অনুশীলনৰত খেলুৱৈৰ মাজত এখনি মহিলা যোগাসন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

আৰু অধিক পঢ়ক

যোগগুৰু প্ৰভাত চন্দ্ৰ বৰাৰ উপস্থিতিত ৰাষ্ট্ৰীয় ৰেফাৰী হিৰণ্য গোহাঁই আৰু বিচিত্ৰৰঞ্জন বৰাই বিচাৰকৰূপে থাকি পাৰদৰ্শী মহিলা খেলুৱৈসকলক বাছনি কৰে । তাৰ পিছতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ ডেৰকুৰিৰো অধিক মহিলাৰ দ্বাৰা যোগাসন ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰা হয় । যোগাসন শৈলী প্ৰদৰ্শনৰ অন্তত যোগ গুৰু তথা অসম যোগ সংস্থাৰ সাধাৰণ সম্পাদক প্ৰভাত চন্দ্ৰ বৰাৰ পৰিচালনাত নগাঁও জিলা খো খো সন্থাৰ সম্পাদক তথা অসম যোগ সংস্থাৰ যুটীয়া সম্পাদক সমীৰ হাজৰিকাৰ উপস্থিতিত ব্যতিক্ৰৰ্মীৰূপত আয়োজিত প্ৰীতিমেলত ৰ’জি দেৱী ফুকনক ওপজা দিনৰ শুভেচ্ছা জ্ঞাপনৰ লগতে মুকলি মত-বিনিময়ৰে অনুষ্ঠানৰ সমাপ্তি ঘটে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

Olympia-March-2022
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 − 13 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments