জন্মঃ ১৩.৮.১৯৫৭
পিতৃ-মাতৃঃসুশীল কুমাৰ বৰুৱা, ৰুণু বৰুৱা
লিংগঃ মহিলা
খেলঃ টেবুল টেনিছ

অসমৰ প্ৰথমগৰাকী আন্তঃৰাষ্ট্ৰীয় টেবুল টেনিছ খেলুৱৈ খেলুৱৈ নন্দিনী বৰুৱাই দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা এইগৰাকী খেলুৱৈ ক্ৰীড়াজগতত অসমৰ নাম উজ্জ্বলাবলৈ সক্ষম হৈছিল।