Thursday, July 7, 2022
HomeNewsপুনৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কিমিটিৰ অধক্ষ্য হিচাপে নিৰ্বাচিত থমাছ বাক

পুনৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কিমিটিৰ অধক্ষ্য হিচাপে নিৰ্বাচিত থমাছ বাক

পুনৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কিমিটিৰ অধক্ষ্য হিচাপে নিৰ্বাচিত হৈছে থমাছ বাক। ১৯৭৬ অলিম্পিকত ফেন্সিঙত স্বৰ্ণ পদক লাভ কৰা থমাছ বাক বুধবাৰে পুনৰ চাৰিটা বৰ্ষৰ বাবে সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পথত নাহিল কোনো বাধা। মুঠ ৯৪ টা ভোটৰ মাত্ৰ এটা ভোট হে তেওঁৰ বিপক্ষে যোৱাৰ বপৰীতে ৯৩ টা ভোট লাভ কৰি পুনৰবাৰ অধক্ষ্য হিচাপে নিৰ্বাচিত হ’ল।

উল্লেখ্যে যে, থমাছ বাক পোন প্ৰথমে ২০১৩ চনত ৮ বছৰৰ কাৰ্যকালৰ বাবে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ অধক্ষ্য হিচাপে নিৰ্বাচিত হৈছিল। তেওঁৰ এই কাৰ্যকাল ২০২০ চনৰ টকিঅ’ অলিম্পিকৰ অন্তিম দিনটোত শেষ হোৱাৰ কথা আছিল যদিও কৰ’না ভাইৰাছৰ বাবে টকিঅ’ অলিম্পিক এবছৰ পিছুৱাই দিয়াত তেওঁৰ কাৰ্যকালো ২০২১ চনৰ ৮ আগষ্টলৈ বৃদ্ধি পাই। কালি পুনৰ আগন্তুক কাৰ্যকালৰ বাবে থমাছ বাক নিৰ্বাচিত হোৱাত তেওঁৰ পৰৱৰ্তী কাৰ্যকাল ৯ আগষ্টৰ পৰা আৰম্ভ হৈ ২০২৫ চনলৈ থাকিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − 16 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments