Monday, October 3, 2022
HomeNewsপুৰুষৰ চাইকেল মাৰাথন প্ৰতিযোগিতাৰ ফলাফল

পুৰুষৰ চাইকেল মাৰাথন প্ৰতিযোগিতাৰ ফলাফল

পুৰুষৰ চাইকেল মাৰাথন প্ৰতিযোগিতাৰ ফলাফল

অলিম্পিয়া প্ৰতিবেদন: সামৰণি পৰিল পুৰুষৰ চাইকেল মাৰাথন প্ৰতিযোগিতা ৷ ৰঙালীৰ ৰং-ধেমালীৰ মাজেৰে পূৱ-গুৱাহাটী বিহু সন্মিলনে আয়োজন কৰা বিভিন্ন খেলৰ মাজত অন্তৰ্ভুক্ত আছিল পুৰুষৰ চাইকেল মাৰাথন প্ৰতিযোগিতা ৷ যোৱা ১৪, ১৫, ১৬ আৰু ১৭ এপ্ৰিললৈকে অনুষ্ঠিত বিহু সন্মিলনখনত যোৱা ১৭ এপ্ৰিলত আছিল এই প্ৰতিযোগিতা ৷ শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতাত টেন্তল মাইকেল টেৰঙে প্ৰথম, টেনচন ইংতিয়ে দ্বিতীয়, দ্বীপজ্যোতি ডেকাই তৃতীয়, গোৱৰিয়েল চৰাইয়ে চতুৰ্থ আৰু সুমনজ্যোতি দাসে পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হয়৷

আৰু অধিক পঢ়ক

এই বাতৰি প্ৰেৰণ কৰিছে সন্মিলনৰ খেল বিভাগৰ সম্পাদক হিমাংশু বৰ্মনে । পূৱ-গুৱাহাটী বিহু সন্মিলনৰ ৬১ সংখ্যক এই সমাৰোহত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক মৃণালীনি দেৱী, ড॰ ৰীতা চৌধুৰী, বিশিষ্ট সমাজকৰ্মী গণেশ তামুলী আৰু সন্মিলনৰ উপদেষ্টা প্ৰীয়ব্ৰত লহকৰ ৷

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments