Tuesday, October 4, 2022
HomeNewsপূৱ মণ্ডল এথলেটিকছ প্ৰতিযোগিতা,প্ৰথম দিনটোত অসমৰ ৫টা সোণ,৩টা ৰূপ আৰু ৯ টা...

পূৱ মণ্ডল এথলেটিকছ প্ৰতিযোগিতা,প্ৰথম দিনটোত অসমৰ ৫টা সোণ,৩টা ৰূপ আৰু ৯ টা ব্ৰঞ্জৰ পদক লাভ

অলিম্পিয়া প্ৰতিবেদন

বিহাৰৰ পাটনাৰ পাটলিপুত্ৰ ক্ৰীড়া প্ৰকল্পত শনিবাৰৰ পৰা ৩দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় পূৱ মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা।প্ৰতিযোগিতাৰ প্ৰথম দিনটোত অসমে লাভ কৰিছে ৫ টা সোণ, ৩টা ৰূপ আৰু ৯ টা ব্ৰঞ্জৰ পদক। পদক বিজয়ী খেলুৱৈসকল ক্ৰমে -সোণৰ পদক হেমাংগ বৰগোহাঁই (হাইজাম্প),অমিছা পেগু (চটপুত),ইণ্ডিভৰ হাজৰিকা(১৫০০মিটাৰ দৌৰ),মোছাদ্দিক হুছেইন( ৬০মিটাৰ দৌৰ),পাহি কেওঁট (২০০০মিটাৰ দৌৰ),ৰূপৰ পদক শিখামণি বৰগোহাঁই (লং জাম্প),সুভম ঘোস (জেভলিন থ্ৰ),পিন্টু বৰঠাকুৰ (হাইজাম্প) আৰু ব্ৰঞ্জৰ পদক পুলি দলে( ১৫০০মিটাৰ দৌৰ),কাদম্বৰী মুদিয়াৰ (১০০মিটাৰ দৌৰ),প্ৰবাল কোঁৱৰ( লং জাম্প), ৰিমঝিম শইকীয়া(১০০মিটাৰ দৌৰ),যুগান্ত চাংমাই( ডিচকাছ থ্ৰ), প্ৰমোদ হাগজাৰ( জেভলিন থ্ৰ),অভিষেক মহালী (৩০০০মিটাৰ দৌৰ),চাংমিৰ টেৰনপি( ৩০০০মিটাৰ দৌৰ)আৰু মেহদী হাচানে(৮০০মিটাৰ দৌৰ)।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty + 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments