Wednesday, July 6, 2022
HomeNewsপ্ৰবীণ ভলীবল খেলুৱৈ তথা ক্ৰীড়া সংগঠক চিত্ৰ বাহাদুৰ ছেত্ৰীৰ বিয়োগ

প্ৰবীণ ভলীবল খেলুৱৈ তথা ক্ৰীড়া সংগঠক চিত্ৰ বাহাদুৰ ছেত্ৰীৰ বিয়োগ

মঙ্গলদৈ ক্ৰীড়া সন্থাৰ প্ৰাক্তন ভলীবল সন্থাৰ লগতে টেবুল টেনিছ সন্থাৰ সম্পাদক চিত্ৰ বাহাদুৰ ছেত্ৰীৰ কালি দিনৰ ১১:২০বজাত ৬৯বছৰ বয়সত মৃত্যু হয়।

প্ৰবীণ ভলীবল খেলুৱৈ প্ৰয়াত চিত্ৰ বাহাদুৰ ছেত্ৰী আছিল এজন ভাল দবা খেলুৱৈ। এইগৰাকী ক্ৰীড়াবিদ তথা ক্ৰীড়া সংগঠকে ভলীবল, টেবুল টেনিছৰ উপৰিও দৰং জিলা দবা সন্থা আৰু সদৌ অসম দবা সন্থাৰ উপ সভাপতিৰ দায়িত্ব‌ও পালন কৰিছিল।

মঙলদৈ জলসিঞ্চন সংমণ্ডলৰ পৰা কৰ্মজীৱনৰ অৱসৰ গ্ৰহণ কৰি বিভিন্ন সামাজিক কামত নিজকে নিয়োজিত কৰি অহা ছেত্ৰীয়ে মৃত্যুৰ সময়ত ইহ সংসাৰত পত্নীসহ এগৰাকী কন্যা আৰু এজন পুত্ৰ সন্তানক এৰি গৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 − 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments