Sunday, October 2, 2022
HomeNewsপ্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ ছাজ্জাদ জাহিৰ হুছেইনৰ আৰোগ্য নিধিলৈ সাহাৰ্য্য

প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ ছাজ্জাদ জাহিৰ হুছেইনৰ আৰোগ্য নিধিলৈ সাহাৰ্য্য

প্ৰাক্তন ৰঞ্জি খেলুৱৈ তথা বিশিষ্ট ব্যৱসায়িক ছাজ্জাদ জাহিৰ হুছেইনে অসম আৰোগ্য নিধিলৈ আগবঢ়াইছে ৫ লাখ টকাৰ সাহাৰ্য। এই ধনৰাশি প্ৰদান কৰি দেশ তথা ৰাজ্যই কৰ’না মহামাৰীৰ বিৰুদ্ধে দিয়া যুজঁৰ অংশীদাৰ হৈ পৰে প্ৰাক্তন খেলুৱৈগৰাকী। উল্লেখযোগ্য যে এতিয়ালৈকে অসমৰ বহুকেইজন ক্ৰীড়াবিদে এনেদৰে সাহাৰ্য প্ৰদান কৰি নিজৰ মহানুভৱতাৰ পৰিচয় দিছে। হিমা দাসৰ পৰা আৰম্ভ কৰি লাভলীনা, হৃদয় হাজৰিকা, এলভিছ আলী হাজাৰিকালৈ বহুকেইজন অসম সন্তান এনেদৰে আগবাঢ়ি আহি কৰ’নাৰ বিৰুদ্ধে এই যুঁজত নামি পৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ten − 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments