Friday, September 30, 2022
HomeNewsপ্ৰেয়সীৰ নগ্ন ফটো চচিয়েল মিডিয়াত ভাইৰেল কৰাৰ ভাবুকি দিলে এইগৰাকী ক্ৰিকেটাৰে

প্ৰেয়সীৰ নগ্ন ফটো চচিয়েল মিডিয়াত ভাইৰেল কৰাৰ ভাবুকি দিলে এইগৰাকী ক্ৰিকেটাৰে

  • পাকিস্তান ক্ৰিকেট দলৰ খেলুৱৈ চাদাব খান ক্ৰিকেটৰ পথাৰৰ বাহিৰৰ বিভিন্ন বিতৰ্কৰ বাবে প্ৰায়ে সংবাদ শিৰোনামা দখল কৰি আহিছে।
  • এইবাৰ এগৰাকী যুৱতীৰ নগ্ন আলোকচিত্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল কৰাৰ ভাবুকি দি বিতৰ্কত সোমাই পৰিছে পাকিস্তান টি-২০ দলৰ নিয়মীয়া সদস্য চাদাব খান।
চাদাব খান
  • ডুবাইৰ এগৰাকী যুৱতীয়ে এই অভিযোগ উত্থাপন কৰাৰ সগতে সমষ্ট ঘটনা ৰাজহুৱা কৰিছে।যাৰ বাবে পাকিস্তানত তীব্ৰ বিতৰ্কৰ সুত্ৰপাত হৈছে।
  • ডুবাইৰ বাসিন্দা আচৰিনা চৰিফ নামৰ যুৱতীগৰাকীয়ে চাদাবৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি নিজৰ ইষ্টাগ্ৰামত সমষ্ট ঘটনা বৰ্ণনা কৰিছে। য’ত নিজকে চাদাবৰ প্ৰেয়সী বুলি দাবী কৰিছে তেওঁ।
  • ইষ্টাগ্ৰামত আচৰিনাই লিখিছে ‘‘চাদাবে মোৰ নগ্ন ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰিছে আৰু মোক বহু দিনৰ পৰা ব্লেকমেইলো কৰি আহিছে পাকিস্তানৰ ক্ৰিকেটাৰজনে।’’
  • ইয়াৰ উপৰিও তেওঁ ইংলেণ্ড বিশ্বকাপৰ সময়ত এই সম্পৰ্ক অধিক গভীৰ হয় বুলি জনাই আৰু পাকিস্তানী ক্ৰিকেটাৰ গৰাকীৰ বহু কেইটা ভ্ৰমণতো চৰিফে সংগ প্ৰদান কৰিছিল বুলি ইনষ্টাগ্ৰামত উল্লেখ কৰিছে।
  • পাকিস্তানৰ ক্ৰিকেটাৰ গৰাকীয়ে এই সমস্ত অভিযোগ ভিত্তিহীন বুলি কোৱাৰ লগতে তেওঁৰ ভাৱমূৰ্তী ম্লান কৰিবলৈ এই অভিযোগ উত্থাপন কৰা বুলি উল্লেখ কৰিছে।

https://www.instagram.com/p/B8WuJ3aHqBn/?utm_source=ig_web_copy_link
সেই বিশেষ ইনষ্টাগ্ৰাম পষ্টটো
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen + 18 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments