Tuesday, October 4, 2022
HomeNewsফিনছুইমিং বিশ্বকাপত অংশ ল’লে অসমৰ ৬ গৰাকী সন্তৰণবিদে

ফিনছুইমিং বিশ্বকাপত অংশ ল’লে অসমৰ ৬ গৰাকী সন্তৰণবিদে

ফিনছুইমিং বিশ্বকাপত অংশ ল’লে অসমৰ ৬ গৰাকী সন্তৰণবিদে

অলিম্পিয়া প্ৰতিবেদন: থাইলেণ্ডৰ ফুকেটত যোৱা ২ৰ পৰা ৫ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হয় ফিনছুইমিং বিশ্বকাপ ৷ এই বিশ্বকাপত ভাৰতক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিলে অসমৰ ৬ গৰাকী প্ৰতিভাৱান সন্তৰণবিদে ৷ তেওঁলোক হ’ল — খ্যাতিমন্ত গগৈ, ফিৰমিনো ইমন বৰদলৈ, মীৰাজ হুছেইন, স্বস্তিকা ভূজেল, সন্তোষ নাৰ্জাৰী আৰু অহিৰণ পল বৰগোহাঁই ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 + 20 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments