Wednesday, October 5, 2022
HomeNewsফৰকাটিংত ACA ৰ প্ৰস্তাৱিত খেলপথাৰ আৰু পেভিলিয়ন নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ

ফৰকাটিংত ACA ৰ প্ৰস্তাৱিত খেলপথাৰ আৰু পেভিলিয়ন নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ

অলগম্পিয়া বাৰ্তা

আজি অসম ক্ৰিকেট সন্থাৰ উপ-সভাপতি পৰীক্ষিত দত্তই গোলাঘাট জিলাৰ ফৰকাটিংত অসম ক্ৰিকেট সন্থাৰ দ্বাৰা প্ৰস্তাৱিত ক্ৰিকেটৰ খেলপথাৰ আৰু পেভেলিয়ন নিৰ্মাণৰ প্ৰাৰম্ভিক কাম-কাজৰ শুভাৰম্ভ কৰে। অতি সোনকালেই যাতে এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠে, ইয়াৰ বাবে যাৱতীয় সকলো ব্যৱস্থা নিয়াৰিকৈ গ্ৰহণ কৰা হʼব বুলি তেখেতে জানিব দিয়ে।

আজিৰ শুভাৰম্ভণি কাৰ্যসূচীত উপস্থিত থাকে অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক তথা গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ সন্দিকৈ, গোলাঘাট জিলা আৰু ফৰকাটিং আঞ্চলিক ক্ৰীড়া সন্থাৰ বিষয়ববীয়া সকল আৰু প্ৰাক্তন ক্ৰীড়াবিদ তথা বয়োজ্যেষ্ঠ নাগৰিক সকল।

ACA ৰ দ্বাৰা প্ৰস্তাৱিত পেভিলিয়নটোৰ ছবি
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − 14 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments