
আজি অসম ক্ৰিকেট সন্থাৰ উপ সভাপতি পৰীক্ষিত দত্ত কোষাধ্যক্ষ ত্ৰিদীপ কোঁৱৰ ডাঙৰীয়া লগতে গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি ডঃ অজিত বৰুৱা আৰু সম্পাদক সঞ্জীৱ সন্দিকৈ ফৰকাটিং ক্ৰীড়া সন্থাৰ সভাপতি প্ৰদীপ চাংমাই আৰু সম্পাদক মৃদুল গগৈৰ উপস্থিতিত অসম ক্ৰিকেট সন্থাৰ সভাপতি মাননীয় ৰমেন দত্ত ডাঙৰীয়াই ফৰকাটিংৰ ক্ৰিকেট পেভিলিয়ানৰ আধাৰশিলা স্থাপন কৰে |এয়া অসম ক্ৰিকেট সন্থাৰ আন্তঃগাথনি উন্নয়ন আচঁনিৰ অধীনৰ এক পদক্ষেপ |

A great bigning towards the development of cricket in Golaghat with this separate cricket Stadium at Furkating. I already visited the venue. Go ahead baba da I am always with you, good morning and happy birthday 👌👌👌👌.
Khalique, Jorhat