Wednesday, August 10, 2022
HomeNewsফৰকাটিং ক্ৰিকেট পেভিলিয়ানৰ আধাৰশিলা

ফৰকাটিং ক্ৰিকেট পেভিলিয়ানৰ আধাৰশিলা

আজি অসম ক্ৰিকেট সন্থাৰ উপ সভাপতি পৰীক্ষিত দত্ত কোষাধ্যক্ষ ত্ৰিদীপ কোঁৱৰ ডাঙৰীয়া লগতে গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি ডঃ অজিত বৰুৱা আৰু সম্পাদক সঞ্জীৱ সন্দিকৈ ফৰকাটিং ক্ৰীড়া সন্থাৰ সভাপতি প্ৰদীপ চাংমাই আৰু সম্পাদক মৃদুল গগৈৰ উপস্থিতিত অসম ক্ৰিকেট সন্থাৰ সভাপতি মাননীয় ৰমেন দত্ত ডাঙৰীয়াই ফৰকাটিংৰ ক্ৰিকেট পেভিলিয়ানৰ আধাৰশিলা স্থাপন কৰে |এয়া অসম ক্ৰিকেট সন্থাৰ আন্তঃগাথনি উন্নয়ন আচঁনিৰ অধীনৰ এক পদক্ষেপ |

- Advertisment -
RELATED ARTICLES

1 COMMENT

  1. A great bigning towards the development of cricket in Golaghat with this separate cricket Stadium at Furkating. I already visited the venue. Go ahead baba da I am always with you, good morning and happy birthday 👌👌👌👌.
    Khalique, Jorhat

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve + 19 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments