Wednesday, September 28, 2022
HomeNewsফৰাচী লীগত মাৰপিট : নেইমাৰসহ ৫ জনক ৰেড কাৰ্ড

ফৰাচী লীগত মাৰপিট : নেইমাৰসহ ৫ জনক ৰেড কাৰ্ড

অলিম্পিয়াৰ প্ৰতিবেদন

ফৰাচী লীগৰ আৰম্ভণিতে সৃষ্টি হৈছে এক বৃহৎ অঘটন। পিএছজি আৰু Marcel ৰ মাজত অনুষ্ঠিত হোৱা এখন মেচত দুয়োপক্ষৰ মাজত হতাহতিৰ সৃষ্টি হয় আৰু ঘটনাই গুৰুত্বৰ ৰূপ ধাৰণ কৰে। শাৰীৰিকভাৱে এজনে আনজনক প্ৰহাৰ কৰাৰ বাবে খেলখনত দুয়োপক্ষৰ মুঠ ৫ জন খেলুৱৈক ৰেড কাৰ্ড দি খেল পথাৰৰ পৰা বাহিৰ কৰি দিয়া হয়।

দুয়োপক্ষৰ মাজত বিবাদ চলি থকাৰ মাজতে পিএছজিৰ ষ্ট্ৰাইকাৰ নেইমাৰে Marcel ৰ Alvaro Gonzalez ক প্ৰহাৰ কৰাৰ বাবে ৰেড কাৰ্ড লাভ কৰিছে। গোটেই খেলখনত দুয়োপক্ষৰ খেলুৱৈ ৩৬ বাৰ ফাউল কৰাৰ লগতে ১২ জনে হালধীয়া কাৰ্ড লাভ কৰিছে।

https://twitter.com/Matt_CAFC/status/1305255624381530120?s=20
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments