Tuesday, October 4, 2022
HomeNewsবন্ধ হ'ল জনপ্ৰিয় মোবাইল গেম PUBG

বন্ধ হ’ল জনপ্ৰিয় মোবাইল গেম PUBG

অলিম্পিয়াৰ প্ৰতিবেদন

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক বৃহৎ সিদ্ধান্ত। এইবাৰ কেন্দ্ৰীয় চৰকাৰে জনপ্ৰিয় মোবাইল গেম পাবজিৰ সৈতে মুঠ ১১৮ টা মোবাইল এপ ভাৰতত নিষিদ্ধ ঘোষণা কৰিছে। Ministry of Information & Technology ৰ ৬৯ নং ধাৰা অনুসৰি এই মোবাইল এপ সমূহ নিষিদ্ধ ঘোষণা কৰিছে। এই এপসমূহ বন্ধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে এই এপ সমূহে ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

Ministry of Information & Technology ৰ তৰফৰ পৰা আকৌ কোৱা হৈছে যে, এই এপসমূহে ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য চোৰাংভাৱে সংগ্ৰহ কৰি ভাৰতৰ বাহিৰত থকা চাৰ্ভাৰলৈ বেআইনি ভাৱে প্ৰেৰণ কৰিছে। এই তথ্য চোৰ কৰাৰ ফলত ভাৰতৰ অখণ্ডতা, সাৰ্বভৌমত্ব আৰু সুৰক্ষাৰ ক্ষেত্ৰত ভাবুকি স্বৰূপ হৈ পৰিছে। এনেধৰণৰ তথ্য চোৰ কৰা কাৰ্য চিন্তাৰ কাৰণ হৈ পৰিছে আৰু এইবাবেই আপতকালিন পদক্ষেপ গ্ৰহণ কৰাটো জৰুৰী হৈ পৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments