Tuesday, July 5, 2022
HomeNewsবিগত বৰ্ষৰ বাজেটৰ তুলনাত ২০২১-২২ ক্ৰীড়া বাজেটত হ্ৰাস পালে ২৩০.৭৮ কোটি

বিগত বৰ্ষৰ বাজেটৰ তুলনাত ২০২১-২২ ক্ৰীড়া বাজেটত হ্ৰাস পালে ২৩০.৭৮ কোটি

১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২১-২২ বৰ্ষৰ বাবে বাজেট দাখিল কৰিলে। ২০২১-২২ বৰ্ষৰ বাবে ঘোষণা কৰা বাজেটত ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা দপ্তৰলৈ ২৫৯৬.১৪ কোটি টকা আৱণ্টন দিয়া হৈছে। ২০২০-২১ বৰ্ষৰ বাজেটৰ তুলনাত এইবাৰৰ বাজেটত এই শিতানত ২৩০.৭৮ কোটি টকা কৰ্তন কৰা হ’ল। ২০২০-২১ বৰ্ষৰ বাজেটত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগলৈ ২৮২৬.৯২ কোটি টকা ঘোষণা কৰিছিল। পৰৱৰ্তী সময়ত এই ধনৰ পৰিমাণ ১৯০০.১৫ কোটিলৈ হ্ৰাস কৰা।হৈছিল। আনহাতে ২০২১-২২ বৰ্ষৰ বাজেটত খেল’ ইণ্ডিয়াৰ বাবে ৬৫৭.৭১ কোটি টকা আৰু ক্ৰীড়া প্ৰাধিকৰণৰ বাবে ৬৬০.৪১ কোটি টকা নিৰ্ধাৰণ কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

8 + fourteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments