জন্মঃ
পিতৃ-মাতৃঃ
লিংগঃ পুৰুষ
খেলঃ ল’ন টেনিছ
ভাৰতীয় ডেভিছ কাপ দলত স্থান লাভ কৰা বিদ্যুৎ গোস্বামীয়ে নিজৰ প্ৰতিভাৰ বলত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ প্ৰসাৰতা লাভ কৰিছিল বহুকেইখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই অনা গোস্বামীৰো ৰাষ্ট্ৰীয় চেম্পিয়ন হোৱাৰ গৌৰৱ কঢ়িয়াই আনিছিল।