Monday, July 4, 2022
HomeNewsবিশ্ব ক্ৰিকেটলৈ শীঘ্ৰে আগমন ঘটিব এগৰাকী দীৰ্ঘদেহী পেচবলাৰৰ : দেহৰ উচ্চতা দেখি...

বিশ্ব ক্ৰিকেটলৈ শীঘ্ৰে আগমন ঘটিব এগৰাকী দীৰ্ঘদেহী পেচবলাৰৰ : দেহৰ উচ্চতা দেখি আচৰিত হৈ পৰিছে বহু শক্তিশালী বেটছমেন

অলিম্পিয়াৰ প্ৰতিবেদন

বিশ্বৰ শক্তিশালী বেটছমেনসকলৰ বাবে আহিছে এক দুঃখবৰ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শীঘ্ৰে আত্মপ্ৰকাশ ঘটিব এগৰাকী বিশেষ বলাৰৰ। এইগৰাকী বিশেষ বলাৰ ইতিমধ্যে বিশ্বৰ আটাইতকৈ দীৰ্ঘদেহী বলাৰ ৰূপে পৰিগণিত হৈছে।

বিশ্বৰ ক্ৰিকেটত শক্তিশালী পেচ আক্ৰমণৰ বাবে বিখ্যাত পাকিস্তান। এই পাকিস্তানৰ পৰাই পুনৰ বিশ্বৰ ক্ৰিকেটলৈ আগমন ঘটিছে এক দীৰ্ঘদেহী পেচ বলাৰৰ। যাৰ উচ্চতা হৈ পৰিছে বেটছমেনসকলৰ মূৰৰ কামোৰণি।

বিশ্বৰ আটাইতকৈ দীৰ্ঘদেহী পেচ বলাৰ হিচাপে পৰিচিত হৈ পৰা পাকিস্তানৰ এই বলাৰগৰাকীৰ নাম মুদাসিৰ গুজ্জৰ। ২১ বছৰীয়া এই বিশেষ বলাৰগৰাকীয়ে ইতিমধ্যে পাকিস্তানৰ ক্ৰিকেট জগতত খলকনি তুলিবলৈ আৰম্ভ কৰিছে। পাকিস্তানৰ ঘৰুৱা ক্ৰিকেটত সফলতা লাভ কৰা এই দীৰ্ঘদেহী বলাৰজনে পাকিস্তান চুপাৰ লীগতো অংশলৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments