Monday, October 3, 2022
HomeNewsবিৰাট কোহলিয়ে গঢ়িলে আন এক ৰেকৰ্ড

বিৰাট কোহলিয়ে গঢ়িলে আন এক ৰেকৰ্ড

  • ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে আন এক মাইলষ্ট’নত উপনীত হয়।
  • বিশ্বপ্ৰসিদ্ধ বেটছমেনগৰাকীৰ ইনষ্টাগ্ৰামত ফলোৱাৰ্ছৰ সংখ্যা বৃদ্ধি পাই হ’লগৈ ৫০ মিলিয়ন।
  • ৫০ মিলিয়ন ফলোৱাৰছ থকা প্ৰথমগৰাকী ভাৰতীয় তাৰকা ৰূপে পৰিগণিত হয় ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী ।
  • কোহলীয়ে প্ৰায়েই নিজৰ ফটো আৰু ভিডিঅ’ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা দেখা যায়। এই পৰ্যন্ত কোহলীয়ে ফটো শ্বেয়াৰিং ৱেবছাইটত ৯৩০ প’ষ্ট ৰেজিষ্টাৰ কৰিছে।
  • ইনষ্টাগ্ৰামত সৰ্বাধিক ফলোৱাৰ্ছ থকা ক্ৰীড়াবিদজন হৈছে পৰ্তুগীজ ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডো। ২০০ মিলিয়ন ফলোৱাৰ্ছ অতিক্ৰম কৰা ৰ’নাল্ডোৱেই একমাত্ৰ তাৰকা যিয়ে ইনষ্টাগ্ৰামত ২০০ মিলিয়ন ফলোৱাৰ্ছ অতিক্ৰম কৰিছে।
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 + 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments