বিশ্ব যুৱ বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰা মণিপুৰৰ মহিলা বক্সাৰ বেবীৰজিচানা চানু আৰু চনামছা চানুক মেৰী কম বক্সিং ফাউণ্ডেছনে উস্ম আদৰণি জনাইছে। মণিপুৰত মেৰী কম বক্সিং ফাউণ্ডেছনত প্ৰশিক্ষণ গ্ৰহণ কৰি নিজকে এগৰাকী সফল বক্সাৰ হিচাপে প্ৰতিস্থিত কৰি তোলা বেবীৰজিচানা চনু আৰু চনামছা চানুয়ে অৰ্জন কৰা সফলতাত উৎফুল্লিত হৈ পৰিছে মেৰী কম বক্সিং ফাউণ্ডেছন। তেওঁলোকে সফল বক্সাৰ দুগৰাকীৰ সন্মানৰ বাবে এক সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। য’ত ফাউণ্ডেছনৰ কৰ্মকৰ্তা সকলে দুয়োগৰাকী বক্সাৰক এই অনুষ্ঠানত সম্বৰ্ধনা জনাই।
বেবীৰজিচানা চানু , চনামছা চানুক মেৰী কম বক্সিং ফাউণ্ডেছৰ সম্বৰ্ধনা
- Advertisment -
- Advertisment -
Magazine
তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...