Tuesday, July 5, 2022
HomeNewsব্ৰাজিল দলত মুখ্যম আঘাট : বিশ্বকাপ কোৱালিফায়াৰ্ছৰ পূৰ্বে নেইমাৰ দলৰ পৰা বাহিৰ

ব্ৰাজিল দলত মুখ্যম আঘাট : বিশ্বকাপ কোৱালিফায়াৰ্ছৰ পূৰ্বে নেইমাৰ দলৰ পৰা বাহিৰ

বিশ্বকাপ কোৱালিফায়াৰ্ছৰ পূৰ্বে ব্ৰাজিলৰ শিবিৰত মুখ্যম আঘাট। দলটোৰ তাৰকা ষ্ট্ৰাইকাৰ নেইমাৰ আঘাটৰ বাবে বাহিৰ হৈছে দলটোৰ পৰা।

আগন্তুক সপ্তাহত দলটোৱে উৰগুৱেৰ বিপক্ষে খেলিব বিশ্বকাপ কোৱালিফায়াৰ্ছৰ এখন গুৰুত্বপূৰ্ণ মেচ। কিন্তু ইয়াৰ পূৰ্বেই দলৰ পৰা নেইমাৰ বাহিৰ হোৱাত চিন্তিত হৈ পৰিছে ব্ৰাজিল।

চেম্পিয়নছ লীগত খেলাৰ সময়ত মাংসপেশীৰ আঘাটৰ সমস্যাত ভূগিছিল নেইমাৰ। ইয়াৰ পিছতে ব্ৰাজিলৰ ফালৰ পৰা কোৱা হৈছে নেইমাৰে বিশ্বকাপৰ আগন্তক দক্ষীণ আমেৰিকা কোৱালিপায়াৰ্ছত খেলিব নোৱাৰিব।

উল্লেখ্য যে বিশ্বকাপৰ দক্ষীণ আমেৰিকা কোৱালিফায়াৰ্ছৰ পূৰ্বে ব্ৰাজিলৰ বহু কেইজন খেলুৱৈ আঘাটৰ সন্মুখীন হবলগীয়া হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

six + 17 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments