Sunday, July 3, 2022
HomeNewsভলীবলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সভাৰ আয়োজন

ভলীবলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সভাৰ আয়োজন


অসম ভলীবল সন্থাই ৰাজ্যত ভলীবলৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে অহা ৩১ অক্টোবৰৰ দিনৰ ১১ বজাত মৰাণৰ ‘ৰি ভেলী’ত এখন সভা আহ্বান কৰিছে ৷ সভাত সন্থাৰ উপ-সভাপতি ৰিতুপৰ্ণ বৰুৱা, প্ৰশান্ত বড়ি, সাধাৰণ সম্পাদক প্ৰকাশ বৰা আৰু কোষাধ্যক্ষ মুকুট গগৈ উপস্থিত থাকিব ৷ উক্ত সভাত উত্তৰ আৰু উজনি অসমৰ সন্থাৰ অনুমোদিত জিলা সন্থা সমূহৰ ভলীবল সম্পাদক সকলক উপস্থিত থাকিবলৈ সন্থাই আহ্বান জনাইছে৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen + fifteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments