অসম ভলীবল সন্থাই ৰাজ্যত ভলীবলৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে অহা ৩১ অক্টোবৰৰ দিনৰ ১১ বজাত মৰাণৰ ‘ৰি ভেলী’ত এখন সভা আহ্বান কৰিছে ৷ সভাত সন্থাৰ উপ-সভাপতি ৰিতুপৰ্ণ বৰুৱা, প্ৰশান্ত বড়ি, সাধাৰণ সম্পাদক প্ৰকাশ বৰা আৰু কোষাধ্যক্ষ মুকুট গগৈ উপস্থিত থাকিব ৷ উক্ত সভাত উত্তৰ আৰু উজনি অসমৰ সন্থাৰ অনুমোদিত জিলা সন্থা সমূহৰ ভলীবল সম্পাদক সকলক উপস্থিত থাকিবলৈ সন্থাই আহ্বান জনাইছে৷
ভলীবলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সভাৰ আয়োজন
- Advertisment -
- Advertisment -
Magazine
তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...