Thursday, July 7, 2022
HomeNewsভাৰতলৈ ৫০ হাজাৰ ডলাৰ আগবঢ়ালে ক্ৰিকেট অষ্ট্ৰেলিয়াই

ভাৰতলৈ ৫০ হাজাৰ ডলাৰ আগবঢ়ালে ক্ৰিকেট অষ্ট্ৰেলিয়াই

ক’ভিড-১৯ ৰ বিৰুদ্ধে যুজঁ কৰিবলৈ ভাৰত চৰকাৰলৈ সহায়ৰ হাত আগবঢ়াইছে ক্ৰিকেট অষ্ট্ৰেলিয়াই। ইউনিচেফ অষ্ট্ৰেলিয়াৰ সহযোগত ক্ৰিকেট অষ্ট্ৰেলিয়াই ভাৰতলৈ এই সহযোগিতা আগবঢ়াইছে। ক’ভিড-১৯ ৰ লগত ভাৰতক যুঁজ দিবলৈ তেওঁলোকে আগবঢ়াইছে ৫০,০০০ ডলাৰ। লগতে তেওঁলোকে ভাৰতৰ এই বিপদৰ বাবে দুখ প্ৰকাশ কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four + twelve =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments