১৯ মে’, গুৱাহাটী : কৰ’না ভাইৰাছৰ তাণ্ডবৰ বাবে এই কঠিন সময়ৰ মাজেৰে সময় পাৰ কৰিছে ভাৰতবাসীয়ে৷ প্ৰতিদিনে মৃত্যু হৈছে হেজাৰ হেজাৰ লোকৰ৷ আই পি এলৰ দল ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰ চেতন চাকাৰিয়াৰ পিতৃৰ মৃত্যুৰ খবৰৰ পিছত ক্ৰিকেটাৰ পিযুষ চাওলাৰ পিতৃৰ মৃত্যুৰ খবৰ আহে৷ তদুপৰি কৰোণাৰ কৰাল গ্ৰাসত পৰি মাত্ৰ ১০ ঘণ্টাৰ ভিতৰত মৃত্যুক সাৱটি লয় দেশৰ দুই অলিম্পিক জয়ী খেলুৱৈ ৰবীন্দ্ৰ পাল সিং আৰু মহাৰাজ কৃষ্ণ কৌশিকৰ মৃত্যু হয় দেশৰ কিংবদন্তী বডী বিলডাৰ জগদীশ লাডেৰ আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্য ৱেদা কৃষ্ণ মুৰ্ত্তিৰ মাতৃৰ।
- Advertisment -
Magazine
তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...