Wednesday, September 28, 2022
HomeNewsমধ্যপ্ৰদেশৰ দুৰ্গম অঞ্চলৰ ৫৬০ টা আদিবাসী শিশুলৈ শচীনৰ সহায়

মধ্যপ্ৰদেশৰ দুৰ্গম অঞ্চলৰ ৫৬০ টা আদিবাসী শিশুলৈ শচীনৰ সহায়

অলিম্পিয়াৰ প্ৰতিবেদন

শচীন তেণ্ডুলকাৰৰ মহানুভৱতাৰ কথা সকলোৱে জানে। বিভিন্ন সময়ত তেওঁ বিভিন্ন ধৰণে বিভিন্নজনক সহায়ৰ হাত আগবঢ়াই আহিছে। এইবাৰ এইগৰাকী মহান ক্ৰিকেটাৰে আৰ্থিকভাৱে দুৰ্বল ৫৬০ জন আদিবাসী শিশুক সহায়ৰ ভাৱে আগবাঢ়ি আহিছে।

শচীনে এইবাৰ মধ্যপ্ৰদেশৰ এক স্বেচ্ছাসেৱী সংগঠন এনজিঅ’পৰিয়ালৰ সহযোগত চেহৰ জিলাৰ দুৰ্গম গাঁৱত কুটীৰ নিৰ্মাণ কৰিছে।

মধ্যপ্ৰদেশৰ চেহৰ জিলাৰ চেভানিয়া, বিলাপাতি, খাপা, নায়াপুৰ আৰু জামুনঝীল আদি দুৰ্গম গাঁৱত তেণ্ডুলকাৰ আৰু তেওঁৰ সহযোগী সংস্থাটোৱে পুষ্টিকৰ খাদ্য, শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছে।

প্ৰকাশিত এক বিজ্ঞপ্তি অনুসৰি শচীনৰ এই ভূমিকাৰ আঁৰত আছে, মধ্যপ্ৰদেশৰ সেই আদিবাসী শিশুসকলৰ প্ৰতি থকা তেওঁৰ চিন্তা। শিশুসকল পুষ্টিহীনতা আৰু অশিক্ষিতৰ কৰাল গ্ৰাসত সোমাই পৰিছে। UNICEF ৰ এগৰাকী ব্ৰেণ্ড এম্বেচাদৰ হিচাপে শচীনে প্ৰায়ে শিশুৰ বিভিন্ন দিশৰ ওপৰত মাত মাতি আহিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 − seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments