Tuesday, October 4, 2022
HomeNewsমনিষ দাসৰ শিৰত জুনিয়ৰ মিঃ ইণ্ডিয়া

মনিষ দাসৰ শিৰত জুনিয়ৰ মিঃ ইণ্ডিয়া

অলিম্পিয়া প্ৰতিবেদন

উত্তৰ প্ৰদেশৰ আগ্ৰাত যোৱা ৮-১০ এপ্ৰিলত অনুষ্ঠিত ৫৫ সংখ্যক ৰাষ্ট্ৰীয় দেহস্ৰী প্ৰতিযোগিতাত অসমৰ মনিষ দাসে ‘জুনিয়ৰ মিঃ ইণ্ডিয়া ২০-২২’ খিতাপ দখল কৰে । আগ্ৰাৰ একলব্য ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাত কামৰূপৰ মনি দাসৰ লগতে ধুবুৰীৰ মইনুল হকেও অসমক প্ৰতিনিধিত্ব কৰে । মইনুলে মাষ্টাৰ্ছত চতুৰ্থ স্থান লাভ কৰে । এই কথা জনাইছে অসম শৰীৰ চৰ্চা সন্থাৰ সম্পাদক মনোৰঞ্জন শৰ্মাই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen − ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments