Wednesday, July 6, 2022
HomeNewsমানচেষ্টাৰ ইউনাইটেড ৯-০ত জয়

মানচেষ্টাৰ ইউনাইটেড ৯-০ত জয়

ইংলিছ প্ৰীমিয়াৰ লীগত মানচেষ্টাৰ ইউনাইটেডে Southampton ক ৯-০ গ’লত পৰাস্ত কৰি ৰেকৰ্ড সৃষ্টি কৰিবলৈ সক্ষম হৈছে। মেচখনত Southampton ৰ দুজন খেলুৱৈয়ে ৰেফাৰীৰ পৰা ৰেড কাৰ্ড লাভ কৰাত দলটোৱে ৯ জন সদস্যৰে যুঁজ দিবলগীয়া হৈছিল। মেচখনত মানচেষ্টাৰ ইউনাইটেডে Southampton ক ৮ টা গ’ল দিয়াৰ বিপৰীতে এটা আত্মঘাটি গ’ল হয়। ২৫ বছৰ পূৰ্বে ১৯৯৫ চনত দলটোৱে ইপচবিছ টাউনক ৯-০ গ’লত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments