মাৰোৱাৰী যুৱ মঞ্চৰ মৰাণহাট শাখাই ২৪ ডিচেম্বৰৰ পৰা ৪ জানুৱাৰীলৈ অনুষ্ঠিত কৰিছে এক স্কেটিং প্ৰশিক্ষণ শিবিৰ। ১২ দিন ধৰি অনুষ্ঠিত হ’বলগীয়া এই প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰিব অসম ৰোলাৰ স্কেটিং এচ’ছিয়েশ্বনৰ প্ৰশিক্ষক দীপ জ্যোতি শইকীয়া আৰু অনুৰাগ বাচফৰে। প্ৰতিদিনেই এই প্ৰশিক্ষণ শিবিৰ পুৱা ৯ বজাৰ পৰা ১১ বজালৈ আৰু বিয়লি ৩ বজাৰ পৰা ৫ বজালৈ অনুষ্ঠিত হ’ব।
মাৰোৱাৰী যুৱ মঞ্চৰ মৰাণহাট শাখাৰ স্কেটিং প্ৰশিক্ষণ শিবিৰ
- Advertisment -
- Advertisment -
Magazine
তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...