Wednesday, July 6, 2022
HomeNewsমুক্তিৰ পূৰ্বেই বিতৰ্কত 'ছাইনা'

মুক্তিৰ পূৰ্বেই বিতৰ্কত ‘ছাইনা’

চিনেমা মুক্তিৰ বাবে এতিয়াও বহু দিন। মুক্তিৰ পূৰ্বেই বিতৰ্কত ছাইনা নেহৱালৰ বায়’পিক। বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী পৰিণীতি চোপ্ৰাই অভিনয় কৰা বায়’পিকখনৰ প্ৰথমখন পোষ্টাৰ মুকলি কৰিছে। এই পোষ্টাৰখন পৰিণীতিয়ে।নিজৰ চচিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে প্ৰচাৰ কৰিছে। ইয়াৰ পিছতে আৰম্ভ হৈছে বিতৰ্ক।

প্ৰচাৰ হোৱা পোষ্টাৰখনত দেখিবলৈ পোৱা গৈছে শ্বাটল ক’কক আকাশৰ পিনে লৈ ছাৰ্ভ কৰিব বিচাৰিছে এগৰাকী খেলুৱৈয়ে। মনকৰিবলগীয়া যে এনেধৰণৰ ছাৰ্ভ টেনিছত হে দেখা যায়। বেডমিণ্টনত এনেধৰনৰ ছাৰ্ভ নিষিদ্ধ। গতিকে প্ৰচাৰ কৰা পোষ্টাৰখনক লৈ সামাজিক মাধ্যমত বিতৰ্ক আৰম্ভ হোৱাৰ লগতে ট্ৰ’লৰ সন্মুখীন হৈছে অভিনেত্ৰী পৰিণীতি চোপ্ৰা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 + nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments