Sunday, October 2, 2022
HomeNewsমুখত মাক্স আৰু ফেচ কভাৰ লগাই আই পি এলৰ তদাৰক কৰিবলৈ গাংগুলি...

মুখত মাক্স আৰু ফেচ কভাৰ লগাই আই পি এলৰ তদাৰক কৰিবলৈ গাংগুলি উৰা মাৰিছে ডুবাইলৈ

অলিম্পিয়াৰ প্ৰতিবেদন

আইপিএলৰ প্ৰস্তুতিৰ তদাৰক কৰিবলৈ আজি ডুবাই অভিমুখে ৰাওনা হৈছে বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী। কৰ’না সংক্ৰমণৰ বাবে দীৰ্ঘসময়ৰ বাবে দেশৰ বাহিৰলৈ নোযোৱা আৰু ভ্ৰমণ নকৰা গাংগুলীৰ ৬মাহৰ মূৰত এক দীঘলীয়া বিমান যাত্ৰা। এই বিষয়ে গাংগুলীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত লিখিছে।

https://www.instagram.com/p/CE5nDhGgtWo/?igshid=dm2tai2o0tk4

কৰ’না ভাইৰাছৰ সংক্ৰমনৰ মাজতেই ডুবাইত ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব আইপিএলৰ ত্ৰয়োদশ সংস্কৰণ। ইতিমধ্যে সকলো ফ্ৰেঞ্চাইজি ডুবাইত গৈ উপস্থিত হোৱাৰ লগতে এসপ্তাহৰ কোৱাৰেণ্টাইন পিৰিয়ড শেষ কৰি অনুশীলন আৰম্ভ কৰিছে। এইবাৰ প্ৰতিযোগিতাখনৰ সকলো অগ্ৰগতিৰ তদাৰক কৰিবলৈ বিচিচিআইৰ স্বয়ং অধ্যক্ষ গাংগুলীয়ো যাত্ৰা কৰিছে ডুবাইলৈ। অৱশ্যে আইপিএলৰ অধ্যক্ষ বি.পেটেল পূৰ্বেই গৈ ডুবাইত বাহাৰ পাতি আছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments